সৰ্বনিম্নসৰ্বপ্ৰথম

সৰ্বপল্লী ৰাধাকৃষ্ণন (Assamese) [ Roman: xor.bo.pol.li ra.dha.kris.non]
Contributed by: Mokora on 2021-07-25
1. Personalities(Proper Noun-Masculine) an Indian philosopher and politician who was the 2nd President of India from 1962 to 1967 and 1st Vice President of India from 1952 to 1962 ভাৰতবৰ্ষৰ এগৰাকী প্ৰখ্যাত দাৰ্শনিক পণ্ডিত আৰু ৰাজনীতিবিদ, যি ১৯৬২ চনৰ পৰা ১৯৬৭ চনলৈ ২য় জনা ৰাষ্ট্ৰপতি আৰু ১৯৫২ চনৰ পৰা ১৯৬২ চনলৈ ১ম জনা উপ-ৰাষ্ট্ৰপতিৰূপে কাৰ্য্যনিৰ্বাহ কৰিছিল৷